Skip to Content

গণিত আৰু বিজ্ঞান শিকোঁ আহা! সহজ ভাষাত,

Learn Maths & Science in Assamese - The Way You Think.
SEBA Board Class 9 & 10 ৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা অনলাইন পাঠ্যক্ৰম ।

📚Class X Science 

কি কি বিষয় পাব ?
SEBA Board ৰ Class 9 আৰু 10 ৰ গণিত আৰু বিজ্ঞান বিষয়ৰ সম্পূৰ্ণ পাঠ্যক্ৰম — অসমীয়া মাধ্যমত, সহজ ভাষাত ।

 

📐 

Mathematics
গণিত (Class 9 & 10)

SEBA Board ৰ সম্পূৰ্ণ গণিত পাঠ্যক্ৰম— Algebra, Geometry, Trigonometry etc. প্ৰতিটো topic step-by-step বাখ্যা কৰা হয় ।

বীজগণিত জ্যামিতি  ত্ৰিকোণমিতি  পৰিসংখ্যা 

পাঠ্যক্ৰম চাওক >

🔬 

Science
বিজ্ঞান (Class 9 & 10)

Physics, Chemistry আৰু Biology — তিনিওটা ভাগ একেলগে, SEBA syllubus অনুযায়ী, সহজ অসমীয়া ভাষাত বুজাই দিয়া হয় ।

পদাৰ্থ বিজ্ঞান ৰাসায়ন বিজ্ঞান  জীৱ বিজ্ঞান  পৰিৱেশ বিজ্ঞান 

পাঠ্যক্ৰম চাওক >

🎯

Exam Prep
পৰীক্ষা প্ৰস্তুতি

HSLC আৰু Class 9 Annual Exam ৰ বাবে বিশেষ পাঠ — Previous Year Questions, Model Papers আৰু Mock Test.

HSLC প্ৰস্তুতি Mock Test  Previous Papers  Short Notes 

Question Paper >

আমাৰ বিশেষত্ব


🗣️সম্পূৰ্ণ অসমীয়া মাধ্যমত
প্ৰতিটো পাঠ মাতৃভাষা অসমীয়াত বুজাই দিয়া হয়, যাতে তুমি সহজে বুজিব পাৰা ।​

 

📑SEBA Syllabus
সম্পূৰ্ণ পাঠ্যক্ৰম SEBA Board ৰ নতুন Syllabus মতে তৈয়াৰ — কোনো Topic বাদ নাযায় ।

 

💡সহজ পদ্ধতিত বুজোৱা
জটিল বিষয়সমূহ সহজ উদাহৰণ আৰু চিত্ৰৰ সহায়ত স্পষ্টভাৱে বুজোৱা হয় ।

 

💡যিকোনো ঠাইৰ পৰা পঢ়িব পাৰি
Mobile বা Computer — যিকোনো device ৰ পৰা, যিকোনো সময়ত পাঠ চাব আৰু পঢ়িব পাৰিবা ।