Download Link 👍⬇️⬇️তলত আছে ।
স্বাগতম জনাইছোঁ Ganit by Abhay ই-লাৰ্নিং প্লেটফৰ্মলৈ! আজিৰ এই প্ৰবন্ধটোত আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায়—"ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ" (Chemical Reactions and Equations) ৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এটা অতি গুৰুত্বপূৰ্ণ আৰ্হি প্ৰশ্নকাকত (Tuition Test Paper) আৰু ইয়াৰ বিতং সমাধান আলোচনা কৰিম।
যিবোৰ শিক্ষাৰ্থীয়ে অহা HSLC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছা, তেোঁলোকৰ মূল্যাংকন আৰু আত্মবিশ্বাস বৃদ্ধিৰ বাবে এই প্ৰশ্নকাকতখনে খুবেই সহায় কৰিব। এই পৰীক্ষাটো সৰ্বমুঠ ৫০ নম্বৰৰ (Full Marks: 50) আৰু ইয়াৰ বাবে সময়সীমা ১ ঘণ্টা (Time: 1 Hour) ধাৰ্য কৰা হৈছে।
📋 Test Overview & Details
- Subject: Science (Chemistry)
- Chapter: Chapter 1 (Chemical Reactions and Equations / ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ)
- Total Marks: 50 Marks
- Time Allowed: 1 Hour
SECTION A: MULTIPLE CHOICE QUESTIONS (21 Marks)
*প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ১ নম্বৰকৈ। শুদ্ধ উত্তৰটো বাছি উলিওৱা:
1. তলৰ কোনটো বিক্রিয়া ক'লা-বগা ফট'গ্রাফীত ব্যৱহাৰ কৰা হয়? [1]
(b) 2AgBr → 2Ag + Br2
(c) 2FeSO4 → Fe2O3 + SO2 + SO3
(d) 2Pb(NO3)2 → 2PbO + 4NO2 + O2
(ব্যাখ্যা: ছিলভাৰ ব্ৰমাইড পোহৰত বিয়োজিত হৈ ছিলভাৰ আৰু ব্ৰমিন উৎপন্ন কৰে, যিটো ক'লা-বগা ফট'গ্ৰাফীত ব্যৱহাৰ হয়।)
2. কেলচিয়াম অক্সাইডত পানী যোগ কৰিলে হোৱা বিক্ৰিয়াটোত কি উৎপন্ন হয়? [1]
(b) Ca + H2O
(c) Ca(OH)2
(d) CaH2
(ব্যাখ্যা: কেলচিয়াম অক্সাইড আৰু পানীৰ তীব্ৰ বিক্ৰিয়াৰ ফলত পোৰা চূণ বা কেলচিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় আৰু প্ৰচুৰ তাপ ওলায়।)
3. Fe2O3 + 2Al → Al2O3 + 2Fe এই বিক্রিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? [1]
(b) ...অপসৰণ বিক্রিয়া
(c) বিযোজন বিক্রিয়া
(d) দ্বি-অপসৰণ বিক্রিয়া
(ব্যাখ্যা: ইয়াত কপাৰ বা আইৰণতকৈ অধিক সক্ৰিয় এলুমিনিয়ামে আইৰণক তাৰ অক্সাইডৰ পৰা অপসাৰিত কৰিছে।)
4. তলৰ কোনটো প্রক্রিয়াত কোনো ৰাসায়নিক বিক্রিয়া নঘটে? [1]
(b) মমবাতি গলাত
(c) খাদ্য হজম হোৱাত
(d) শ্বসন প্রক্রিয়াত
(ব্যাখ্যা: মমবাতি গলাটো এটা ভৌতিক পৰিৱৰ্তন, ইয়াৰ দ্বাৰা কোনো নতুন পদাৰ্থ সৃষ্টি নহয়।)
5. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়; কিয়নো— [1]
(b) জিংক টিনতকৈ কম সক্রিয়
(c) টিনতকৈ জিংক দামী
(d) জিংকৰ গলনাংক টিনতকৈ বেছি
6. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক'লা পৰে, কিয়নো— [1]
(b) খাদ্য ভালদৰে নিসিজিল
(c) ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয়
(d) ইন্ধনটো সম্পূৰ্ণৰূপে দহন হয়
7. এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্র মানি চলে? [1]
(B) ভৰৰ ৰক্ষণশীলতা সূত্র
(C) শক্তিৰ ৰক্ষণশীলতা সূত্র
(D) ঘনত্বৰ ক্ষণশীলতা সূত্র
8. বনস্পতিজাত দ্ৰব্যৰ পচন ঘটি সাৰলৈ পৰিৱৰ্তন হোৱাটো কোন শ্ৰেণীৰ বিক্রিয়া? [1]
(b) তাপবর্জী বিক্রিয়া
(c) উভমুখী বিক্রিয়া
(d) এটাও নহয়
9. লঘু হাইড্ৰ'ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰিলে কি ঘটে? [1]
(b) ক্ল'ৰিণ গেছ আৰু আইৰণ হাইড্রক্সাইড উৎপন্ন হয়।
(c) কোনো বিক্রিয়া নঘটে।
(d) আইৰণ লৱণ আৰু পানী উৎপন্ন হয়।
10. তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে? [1]
(b) গ'ল্ড (Au)
(c) জিংক (Zn)
(d) মাৰকিউৰি (Hg)
(ব্যাখ্যা: সক্ৰিয়তা শ্ৰেণীত জিংকৰ স্থান কপাৰতকৈ ওপৰত, গতিকে জিংকে কপাৰক অপসাৰণ কৰিব পাৰে।)
11. লেড নাইট্রেট পাউডাৰ গৰম কৰিলে নিৰ্গত হোৱা বাদামী ৰঙৰ ধোঁৱাৰ যৌগটো হ'ল— [1]
(b) NO2
(c) PbO
(d) O2
12. খাদ্য কোম্পানীয়ে চিপছৰ পেকেটবোৰত নাইট্ৰ'জেন গেছ কিয় ভৰাই দিয়ে? [1]
(b) ই পেকেটটোক আকর্ষণীয় কৰে।
(c) ই চিপছবোৰক শীতল কৰি ৰাখে।
(d) এটাও নহয়।
13. মেগনেছিয়াম ফিটা এডাল বায়ুত জ্বলালে উৎপন্ন হোৱা বগা পাউদাৰখিনিৰ ৰাসায়নিক সংকেত হ'ল— [1]
(b) MgO
(c) Mg2O
(d) MgO2
14. pAl2(SO4)3 + qNaOH → rAl(OH)3 + sNa2SO4 সমীকৰণটো সমতুল কৰিলে p, q, r, s ৰ মান ক্রমে— [1]
(B) 2, 3, 1, 2
(C) 1, 6, 3, 2
(D) 1, 3, 6, 2
15. তলৰ সমীকৰণটোৰ বাবে x, y, z ৰ সঠিক মান বাছি উলিওৱা:
MnO2 + xHCl → MnCl2 + yH2O + zCl2 [1]
(b) 4, 1, 2
(c) 4, 2, 1
(d) 2, 2, 1
16. চৰ্বি আৰু তেলযুক্ত খাদ্য নষ্ট নহ'বৰ বাবে যোগ কৰা পদাৰ্থসমূহক কি বোলা হয়? [1]
(b) প্ৰতিজাৰক (Antioxidant)
(c) অনুঘটক
(d) ৰঞ্জক পদাৰ্থ
17. তলৰ কোনটো পদাৰ্থক সূৰ্যৰ পোহৰৰ দ্বাৰা বিযোজিত কৰিব পাৰি? [1]
(b) KCl
(c) AgCl
(d) K2SO4
18. উক্তি (A): চিপছৰ পেকেটত নাইট্ৰ'জেন ভৰাই থোৱা হয়।
কাৰণ (R): চর্বিযুক্ত খাদ্য বায়ুৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিলে দুর্গন্ধী হয়। [1]
(b) A আৰু R সত্য, কিন্তু R সঠিক ব্যাখ্যা নহয়।
(c) A সত্য, R অসত্য।
(d) A অসত্য, R সত্য।
19. ছিলভাৰ ব্ৰমাইডৰ বিযোজন বিক্ৰিয়াটোত শক্তিৰ যোগান ধৰে— [1]
(b) বিদ্যুতে
(c) পোহৰে
(d) চাপে
20. পটাছিয়াম আয়'ডাইড দ্রর লেড নাইট্রেট দ্ৰৱৰ লগত মিহলি কৰিলে উৎপন্ন হোৱা লেড আয়'ডাইড অধঃক্ষেপৰ বৰণ কেনে হয়? [1]
(b) হালধীয়া
(c) ক'লা
(d) মুগা
21. লৱণ বা লোৰ বস্তুত মামৰে ধৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? [1]
(b) বিজাৰণ
(c) ক্ষয়ীভৱন (Corrosion)
(d) ৰেনচিডিটি
SECTION B: SHORT ANSWER QUESTIONS (20 Marks)
*প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ২ নম্বৰকৈ।
22. বায়ুত দহন কৰাৰ আগেয়ে মেগনেছিয়ামৰ ফিটা এডাল বালী কাগজৰে কিয় পৰিষ্কাৰ কৰি ল'ব লাগে? [2]
23. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ'জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়? [2]
24. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা ঘটা অপসৰণ বিক্ৰিয়াটোৰ সমীকৰণ লিখা। [2]
25. সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে ব্যাখ্যা কৰা। [2]
26. তলৰ ৰাসায়নিক সমীকৰণ দুটা সন্তুলিত কৰা: [2]
(ii) NaOH + H2SO4 → Na2SO4 + H2O
27. তাপবৰ্জী (Exothermic) আৰু তাপগ্ৰাহী (Endothermic) বিক্রিয়া কাক বোলে? একোটাকৈ উদাহৰণ দিয়া। [2]
28. বিযোজন বিক্রিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? বুজাই লিখা। [2]
29. লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱৰ নীলা ৰংটো কিয় সলনি হয়? [2]
30. এটা উজ্জ্বল মুগা ৰঙৰ মৌল 'X' ক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল। মৌল 'X' আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা। [2]
31. দ্বি-অপসৰণ বিক্রিয়া কাক বোলে? এটা উদাহৰণ দি বুজাই লিখা। [2]
SECTION C: LONG ANSWER QUESTIONS (9 Marks)
*প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ৩ নম্বৰকৈ।
32. অক্সিজেন লাভ আৰু হেৰুওৱা ধাৰণাৰ ওপৰত ভিত্তি কৰি তলৰ পদসমূহ উদাহৰণসহ বুজাই লিখা: [3]
(i) জাৰণ (Oxidation) (ii) বিজাৰণ (Reduction)
33. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰ দ্বাৰা সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ একোটাকৈ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। [3]
34. ছডিয়াম ছালফেট দ্ৰৱ আৰু বেৰিয়াম ক্ল'ৰাইড দ্ৰৱ মিহলি কৰিলে এটা বগা অদ্ৰৱণীয় পদাৰ্থ উৎপন্ন হয়। [3]
(ক) উৎপন্ন হোৱা বগা পদাৰ্থবিধৰ নাম লিখা।
(খ) বিক্ৰিয়াটোৰ অৱস্থা চিহ্নসহ সন্তুলিত সমীকৰণ লিখা।
(গ) অধঃক্ষেপণ বিক্রিয়া (Precipitation Reaction) বুলিলে কি বুজা?