ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (অধ্যায় ১) — সম্পূৰ্ণ RANDOMIZED MCQ BANK
*প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ১ নম্বৰকৈ। শুদ্ধ উত্তৰটো চাবলৈ তলত থকা বুটামটো ব্যৱহাৰ কৰিব পাৰি।
1. দাবী (A): কাৰ্বন ডাই অক্সাইড গেছ দীৰ্ঘ সময় ধৰি চুণৰ পানীৰ মাজেৰে পাৰ হ'ব দিলে, চুণ পানী প্ৰথমতে ঘোলা আৰু পিছত বৰণহীন হয়।
কাৰণ (R): চুণ পানী প্ৰথমতে কেলছিয়াম কাৰ্বনেট আৰু পিছলৈ কেলচিয়াম-বাইকাৰ্বনেটলৈ পৰিবৰ্তন হয়। [1]
(b) (A) আৰু (R) উভয়ে সত্য, আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা।
(c) (A) সত্য, (R) অসত্য।
(d) (A) অসত্য, (R) সত্য।
See the Answer / উত্তৰ চাওক
2. তলৰ কোনটো বিক্ৰিয়া ক'লা-বগা ফট'গ্ৰাফীত ব্যৱহাৰ কৰা হয়? [1]
(b) 2AgBr → 2Ag + Br2
(c) 2FeSO4 → Fe2O3 + SO2 + SO3
(d) 2Pb(NO3)2 → 2PbO + 4NO2 + O2
See the Answer / উত্তৰ চাওক
3. কেলচিয়াম অক্সাইডত পানী যোগ কৰিলে ই পানীত সম্পূৰ্ণ ৰূপে দ্ৰৱীভূত হয়। এই বিক্ৰিয়াত কি কি যৌগ গঠিত হ'ব? [1]
(b) Ca আৰু H2O
(c) CaH
(d) Ca(OH)2
See the Answer / উত্তৰ চাওক
4. মেংগানিজ ডাইক্সাইড এলুমিনিয়াম গুড়িৰ লগত উত্তপ্ত কৰিলে তলৰ বিক্ৰিয়াটো ঘটে:
3MnO2(s) + 4Al(s) → 3Mn(l) + X(s) + Heat
'X' যৌগটো কি হ'ব পাৰে? [1]
(b) 2Fe2O3
(c) 2AlCl3
(d) 2MnO
See the Answer / উত্তৰ চাওক
5. Fe2O3 + 2Al → Al2O3 + 2Fe — ওপৰৰ বিক্ৰিয়াটো কোন প্ৰকাৰৰ বিক্ৰিয়াৰ এটা উদাহৰণ? [1]
(b) সংযোজন বিক্ৰিয়া
(c) বিযোজন বিক্ৰিয়া
(d) দ্বি-অপসৰণ বিক্ৰিয়া
See the Answer / উত্তৰ চাওক
6. ৰাসায়নিক বিক্ৰিয়া নঘটে — [1]
(b) মমবাতি গলাত
(c) খাদ্য হজম হোৱাত
(d) শ্বসনত
See the Answer / উত্তৰ চাওক
7. 4Fe(s) + 3O2(g) → তলৰ কোনটো বিকল্পই ৰাসায়নিক বিক্ৰিয়াটোৰ সময়ত হোৱা উৎপাদিত যৌগক সূচাব? [1]
(b) 12FeO(s)
(c) 3Fe4O2(s)
(d) 2Fe2O3(s)
See the Answer / উত্তৰ চাওক
8. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়; ইয়াৰ কাৰণ — [1]
(b) জিংক টিনতকৈ কম সক্ৰিয়
(c) টিনতকৈ জিংক দামী
(d) জিংকৰ গলনাংক টিনতকৈ বেছি
See the Answer / উত্তৰ চাওক
9. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক'লা পৰে, কিয়নো — [1]
(b) food ভালদৰে নিসিজিল
(c) ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয়
(d) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয়
See the Answer / উত্তৰ চাওক
10. NaHCO3 আৰু Na2CO3•10H2O ক সাধাৰণতে ক্ৰমান্বয়ে কি বুলি কোৱা হয়? [1]
(b) বেকিং ছ'ডা, কাপোৰ ধোৱা ছ'ডা
(c) ক'ষ্টিক ছ'ডা, বেকিং ছ'ডা
(d) ধোৱা ছ'ডা, ক'ষ্টিক ছ'ডা
See the Answer / উত্তৰ চাওক
11. এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে? [1]
(b) ভৰৰ ৰক্ষণশীলতা
(c) শক্তিৰ ৰক্ষণশীলতা
(d) ঘনত্বৰ ৰক্ষণশীলতা
See the Answer / উত্তৰ চাওক
12. যদি A ধাতুৱে B ধাতুক ইয়াৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে, তেতিয়া — [1]
(b) B ধাতু A তকৈ বেছি সক্ৰিয়
(c) A আৰু B ধাতু সক্ৰিয় নহয়
(d) A আৰু B ধাতু সমানে সক্ৰিয়
See the Answer / উত্তৰ চাওক
13. বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ? [1]
(b) তাপবৰ্জী বিক্ৰিয়া
(c) দুয়োটা
(d) ওপৰৰ এটাও নহয়
See the Answer / উত্তৰ চাওক
14. লঘু হাইড্ৰ'ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰিলে কি ঘটে? [1]
(b) ক্ল'ৰিণ গেছ আৰু আইৰণ হাইড্ৰ'ক্সাইড উৎপন্ন হয়।
(c) বিক্ৰিয়া নঘটে।
(d) আইৰণ লৱণ আৰু পানী উৎপন্ন হয়।
See the Answer / উত্তৰ চাওক
15. তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে? [1]
(b) গ'ল্ড
(c) জিংক
(d) মাৰকিউৰি
See the Answer / উত্তৰ চাওক
16. লেড নাইট্ৰেট গৰম কৰিলে বাদামী ৰঙৰ ধোঁৱা নিৰ্গত হয়। তলৰ কোনটো বাদামী ধোঁৱাৰ যৌগ? [1]
(b) NO2
(c) PbO
(d) O2
See the Answer / উত্তৰ চাওক
17. তলৰ কোনটো সমতুলিত ৰাসায়নিক সমীকৰণ? [1]
(b) 3Fe(s) + 4H2O(g) → Fe3O4(s) + 4H2(g)
(c) 3Fe(s) + H2O(g) → Fe3O4(s) + H2(g)
(d) 3Fe(s) + 4H2O(g) → Fe3O4(s) + H2(g)
See the Answer / উত্তৰ চাওক
18. এজন ছাত্ৰই জানিব পাৰিলে যে খাদ্য কোম্পানীয়ে চিপছৰ পেকেটত নাইট্ৰ'জেন গেছ ভৰাই দিয়ে। কি উদ্দেশ্যেৰে নাইট্ৰ'জেনৰ পেকেটিং কৰে? [1]
(b) ই ম'হ বোৰক চিপছৰ পৰা আঁতৰাই ৰাখে।
(c) পেকেটটো পানীত পৰিলে ই চিপছবোৰ শুকান কৰি ৰাখে।
(d) এটাও নহয়।
See the Answer / উত্তৰ চাওক
19. তলৰ কোনটো এটা ৰাসায়নিক পৰিৱৰ্তন বুজায়? [1]
(b) বৰফৰ গলন
(c) মমবাতিৰ গলন
(d) লোত মামৰে ধৰা
See the Answer / উত্তৰ চাওক
20. মেগনেছিয়াম ফিটা এডাল জ্বলালে, ই উজ্জ্বল বগা শিখাৰে জ্বলি বগা পাউদাৰত পৰিণত হয়। এই বগা পাউদাৰখিনিৰ ৰাসায়নিক সংকেত হ'ল — [1]
(b) MgO
(c) Mg2O
(d) MgO2
See the Answer / উত্তৰ চাওক
21. Fe + H2O → Fe3O4 + H2 — উপৰোক্ত ৰাসায়নিক সমীকৰণটো সমতুল্য কৰিবলৈ কিমানটা H2O অণুৰ প্ৰয়োজন? [1]
(b) 2
(c) 3
(d) 4
See the Answer / উত্তৰ চাওক
22. ৰাসায়নিক বিক্ৰিয়া এটা সম্পন্ন হওঁতে মুঠ ভৰৰ কি পৰিৱৰ্তন হয়? [1]
(b) হ্ৰাস হয়
(c) বৃদ্ধি হয়
(d) অনুমান কৰিব নোৱাৰি
See the Answer / উত্তৰ চাওক
23. CaO(s) + H2O(l) → Ca(OH)2(aq) — ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ হ'ব: [1]
(b) সংযোজন বিক্ৰিয়া
(c) তাপবৰ্জী বিক্ৰিয়া
(d) (b) আৰু (c) দুয়োটাই
See the Answer / উত্তৰ চাওক
24. দ্বি-অপসৰণ বিক্ৰিয়াৰ বাবে শুদ্ধ সাধাৰণ বিকল্পটো বাছি উলিওৱা — [1]
B. AB → A + B
C. AB + CD → AC + BD
D. AB + C → AC + B
See the Answer / উত্তৰ চাওক
25. তলৰ কোনটো বিক্ৰিয়া বাস্তৱতে সংঘটিত হ'ব? [1]
(b) CuSO4(aq) + Fe(s) → FeSO4(aq) + Cu(s)
(c) ZnSO4(aq) + Pb(s) → PbSO4(aq) + Zn(s)
(d) Na2SO4(aq) + Al(s) → Al2(SO4)3(aq) + Na(s)
See the Answer / উত্তৰ চাওক
26. বেৰিয়াম ক্ল'ৰাইডৰ জলীয় দ্ৰৱ আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্ৰৱ যোগ কৰাৰ ফলত অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ প্ৰস্তুত হ'ল। উক্ত বিক্ৰিয়াটোৰ বাবে তলৰ কোনটো অৱস্থা চিহ্নসহ সন্তুলিত সমীকৰণ শুদ্ধ হ'ব? [1]
(B) BaCl2(s) + Na2SO4(s) → BaSO4(s) + 2NaCl(aq)
(C) BaCl2(aq) + Na2SO4(s) → BaSO4(aq) + 2NaCl(aq)
(D) BaCl2(aq) + Na2SO4(aq) → BaSO4(s) + 2NaCl(aq)
See the Answer / উত্তৰ চাওক
27. X ধাতুৱে Y ধাতুক তাৰ যৌগৰ পৰা অপসাৰিত কৰে। X যদি Zn হয়, তেন্তে Y কি হ'ব পাৰে?
(i) Mg (ii) Cu (iii) Al (iv) Pb [1]
(b) (ii), (iii)
(c) (ii), (iv)
(d) (iii), (iv)
See the Answer / উত্তৰ চাওক
28. pAl2(SO4)3 + qNaOH → rAl(OH)3 + sNa2SO4 — ওপৰোক্ত ৰাসায়নিক বিক্ৰিয়াটো সমতুল কৰিলে p, q, r আৰু s ৰ মানসমূহ হ'ল ক্ৰমে: [1]
B. 2, 3, 1, 2
C. 1, 6, 3, 2
D. 1, 3, 6, 2
See the Answer / উত্তৰ চাওক
29. 2Mg + O2 → 2MgO — তলৰ কোনটো উক্তি মেগনেছিয়া আৰু অক্সিজেনৰ মাজৰ বিক্ৰিয়াৰ বাবে সত্য? [1]
B) মেগনেছিয়াম, মেগনেছিয়াম অক্সাইডলৈ জাৰিত হয়।
C) অক্সিজেন মেগনেছিয়াম অক্সাইডলৈ বিজাৰিত হয়।
D) ই এটা অপসৰণ বিক্ৰিয়াৰ উদাহৰণ।
See the Answer / উত্তৰ চাওক
30. এটা মৌল X ক জলীয় দ্ৰৱৰ সংস্পৰ্শলৈ (বায়ু আৰু আৰ্দ্ৰতা) আহিবলৈ দিয়াত ৰঙচুৱা মুগা বৰণৰ পদাৰ্থ Y উৎপন্ন হয়। X আৰু Y পদাৰ্থ দুটা হ'ল — [1]
(b) X = Fe, Y = Fe2O3
(c) X = Mg, Y = MgO
(d) X = C, Y = CO2
See the Answer / উত্তৰ চাওক
31. 3Fe(s) + 4H2O(g) → Fe3O4(s) + 4H2(g) — এই বিক্ৰিয়াটোৰ ক্ষেত্ৰত কোনবোৰ উক্তি শুদ্ধ?
(A) আইৰণ ধাতু জাৰিত হৈছে। (B) পানী বিজাৰিত হৈছে। (C) পানীয়ে জাৰক পদাৰ্থ হিচাপে কাম কৰিছে। (D) পানীয়ে বিজাৰক পদাৰ্থ হিচাপে কাম কৰিছে। [1]
(b) (C) আৰু (D)
(c) (A), (B) আৰু (D)
(d) (B) আৰু (D)
See the Answer / উত্তৰ চাওক
32. এটা পদাৰ্থ X য়ে পানীৰ লগত বিক্ৰিয়া কৰি আন এটা পদাৰ্থ উৎপন্ন কৰে যিটো বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। X পদাৰ্থটো হৈছে — [1]
(b) CaO
(c) Ca(OH)2
(d) CaCl2
See the Answer / উত্তৰ চাওক
33. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে যিয়ে চুণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে — [1]
(b) HCl
(c) LiCl
(d) KCl
See the Answer / উত্তৰ চাওক
34. তলৰ কোনটো ক্ষেত্ৰত সৰল অপসৰণ বিক্ৰিয়া সংঘটিত হ'ব? [1]
(b) ZnSO4 + Fe
(c) MgSO4 + Pb
(d) CuSO4 + Fe
See the Answer / উত্তৰ চাওক
35. X + YSO4 → XSO4 + Y — উপৰোক্ত প্ৰতিস্থাপন বিক্ৰিয়াটোৰ বাবে সঠিক X আৰু Y ৰ যোৰটো হৈছে — [1]
(b) X = Pb; Y = Zn
(c) X = Cu; Y = Fe
(d) X = Zn; Y = Cu
See the Answer / উত্তৰ চাওক
36. BaCl2 + K2SO4 → BaSO4 + 2KCl — এই বিক্ৰিয়াটো হ'ল: [1]
(b) দ্বি-অপসৰণ বিক্ৰিয়াৰ এটা উদাহৰণ
(c) বিযোজন বিক্ৰিয়াৰ এটা উদাহৰণ
(d) অপসৰণ বিক্ৰিয়াৰ এটা উদাহৰণ
See the Answer / উত্তৰ চাওক
37. MnO2 + xHCl → MnCl2 + yH2O + zCl2 — বিক্ৰিয়াটোত x, y আৰু z ৰ মান হ'ব ক্ৰমে: [1]
(b) 4, 1, 2
(c) 4, 2, 1
(d) 2, 2, 1
See the Answer / উত্তৰ চাওক
38. চৰ্বি আৰু তেলযুক্ত খাদ্যবস্তু নষ্ট নহ'বৰ বাবে (Spoilage প্ৰতিৰোধ কৰিবলৈ) কি যোগ কৰা হয়? [1]
(b) দুৰ্গন্ধক
(c) শীতলকাৰক
(d) প্ৰতিজাৰক (Antioxidants)
See the Answer / উত্তৰ চাওক
39. Zn(s) + CuSO4(aq) → ZnSO4(aq) + Cu(s) — ওপৰৰ বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ? [1]
(b) এটা দ্বি-অপসৰণ বিক্ৰিয়া
(c) এটা বিযোজন বিক্ৰিয়া
(d) এটা অপসৰণ বিক্ৰিয়া
See the Answer / উত্তৰ চাওক
40. XHNO3 + YCa(OH)2 → Ca(NO3)2 + ZH2O — সমতুল সমীকৰণটোত X, Y আৰু Z ৰ মানবোৰ ক্ৰমে হ'ব: [1]
(b) 1, 1 & 2
(c) 1, 2 & 2
(d) 2, 2 & 1
See the Answer / উত্তৰ চাওক
41. চারীটা ধাতু A, B, C, D লৈ বিভিন্ন লৱণ দ্ৰৱণত দিয়া পৰীক্ষাৰ ভিত্তিত সিহঁতক সক্ৰিয়তাৰ নিম্নক্ৰমত (Decreasing Order) সজালে কোনটো শুদ্ধ হ'ব? [1]
B. D > C > B > A
C. B > C > A > D
D. B > A > C > D
See the Answer / উত্তৰ চাওক
42. সালোক-সংশ্লেষণ প্ৰক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ? [1]
(b) তাপগ্ৰাহী বিক্ৰিয়া
(c) তাপবৰ্জী বিক্ৰিয়া
(d) বিযোজন বিক্ৰিয়া
See the Answer / উত্তৰ চাওক
43. তলৰ কোনটো পদাৰ্থক সূৰ্যৰ পোহৰৰ দ্বাৰা বিযোজিত কৰিব পাৰি? [1]
(b) KCl
(c) AgCl
(d) Pb(NO3)2
See the Answer / উত্তৰ চাওক
44. কেলছিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত তলত দিয়া পৰ্যবেক্ষণসমূহৰ কোনবোৰ শুদ্ধ?
i. এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া । ii. শিথিলিত চুণ উৎপন্ন কৰে। iii. পোৰা চুণ উৎপন্ন কৰে। iv. এইটো এটা তাপবৰ্জী বিক্ৰিয়া। [1]
(b) i আৰু iii
(c) iii আৰু iv
(d) ii আৰু iv
See the Answer / উত্তৰ চাওক
45. তলৰ কোনবোৰ তাপবৰ্জী প্ৰক্ৰিয়া?
(i) পোৰা চুণৰ লগত পানীৰ বিক্ৰিয়া। (ii) এছিডৰ লঘুকৰণ। (iii) পানীৰ বাষ্পীভৱন। (iv) কপূৰৰ উৰ্দ্ধপাতন। [1]
(b) (i) আৰু (ii)
(c) (iii) আৰু (iv)
(d) (ii) আৰু (iii)
See the Answer / উত্তৰ চাওক
46. উক্তি (A): এটা সন্তুলিত ৰাসায়নিক সমীকৰণত বিক্ৰিয়কৰ মুঠ ভৰ বিক্ৰিয়াজাতৰ মুঠ ভৰৰ সমান হয়।
কাৰণ (R): ৰাসায়নিক পৰিবৰ্তনত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। [1]
(b) উক্তি (A) আৰু কাৰণ (R) দুয়োটা সত্য কিন্তু (R), (A) ৰ সঠিক ব্যাখ্যা নহয়।
(c) উক্তি (A) সত্য কিন্তু কাৰণ (R) অসত্য।
(d) উক্তি (A) অসত্য কিন্তু কাৰণ (R) সত্য।
See the Answer / উত্তৰ চাওক
47. উক্তি: লোৰ ক্ষয়ীভৱনক মামৰে ধৰা বুলি কোৱা হয়।
কাৰণ: লোৰ ক্ষয়ীভৱন পানী আৰু বায়ুৰ উপস্থিতিত সংঘটিত হয়। [1]
(b) উক্তি আৰু কাৰণ উভয়েই সত্য কিন্তু কাৰণ উক্তিৰ শুদ্ধ ব্যাখ্যা নহয়।
(c) উক্তি সত্য কিন্তু কাৰণ অসত্য।
(d) উক্তি অসত্য, কিন্তু কাৰণ সত্য।
See the Answer / উত্তৰ চাওক
48. উক্তি: চিপছৰ পেকেটত নাইট্ৰ'জেন ভৰাই থোৱা হয়।
কাৰণ: তাপ দিলে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়। [1]

49. উক্তি (A): ছিলভাৰ ব্ৰমাইডৰ বিযোজন বিক্ৰিয়া ক'লা-বগা ফট'গ্ৰাফীত ব্যৱহাৰ কৰা হয়।
কাৰণ (R): এই তাপগ্ৰাহী বিক্ৰিয়াৰ বাবে পোহৰে শক্তি প্ৰদান কৰে। [1]
(b) A আৰু R দুয়োটাই সত্য কিন্তু R, A ৰ শুদ্ধ ব্যাখ্যা নহয়।
(c) A সত্য কিন্তু R অসত্য।
(d) A অসত্য কিন্তু R সত্য।
See the Answer / উত্তৰ চাওক
50. উক্তি A: যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় তাকে জাৰণ বিক্ৰিয়া বোলে।
উক্তি B: দুৰ্গন্ধিতা (Rancidity) এটা জাৰণ বিক্ৰিয়া। [1]
(b) উক্তি A আৰু B দুয়োটাই অশুদ্ধ।
(c) উক্তি A অশুদ্ধ, B শুদ্ধ।
(d) উক্তি A শুদ্ধ, B অশুদ্ধ।
See the Answer / উত্তৰ চাওক
51. 2PbO(s) + C(s) → 2Pb(s) + CO2(g) — উপৰোক্ত বিক্ৰিয়াটোৰ বাবে কোনকেইটা উক্তি অশুদ্ধ?
(i) লেড বিজাৰিত হৈছে। (ii) কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে। (iii) কাৰ্বন জাৰিত হৈছে। (iv) লেড অক্সাইড বিজাৰিত হৈছে। [1]
(b) (i) আৰু (iii)
(c) (i), (ii) আৰু (iii)
(d) সকলো
See the Answer / উত্তৰ চাওক
52. তলত দিয়াবোৰৰ কোনটো এটা তাপবৰ্জী বিক্ৰিয়া? [1]
(ii) C6H12O6(aq) + 6O2(g) → 6CO2(g) + 6H2O(l) + Energy
(iii) 2AgCl(s) sunlight → 2Ag(s) + Cl2(g)
(iv) CaO(s) + H2O(l) → Ca(OH)2(aq) + Heat
(b) (ii) আৰু (iii)
(c) (i) আৰু (iii)
(d) (ii) আৰু (iv)
See the Answer / উত্তৰ চাওক
53. Cu(s) + 2AgNO3(aq) → Cu(NO3)2(aq) + X(s) — ইয়াত 'X' ধাতুবিধ কি হ'ব? [1]
B) NO3
C) 2Ag
D) Cu
See the Answer / উত্তৰ চাওক
54. CH4(g) + 2O2(g) → CO2(g) + 2H2O(g) — প্ৰাকৃতিক গেছৰ দহন বিক্ৰিয়াটোত ক্ৰমে জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ দুবিধ কি কি? [1]
(b) জাৰিত: C ; বিজাৰিত: O2
(c) জাৰিত: CH4 ; বিজাৰিত: O2
(d) জাৰিত: C ; বিজাৰিত: H2O
See the Answer / উত্তৰ চাওক
55. তলৰ কোনবোৰ উক্তি শুদ্ধ?
(P) ক্ষয়ীভৱন এটা তাপবৰ্জী বিক্ৰিয়া। (Q) শ্বসন এটা tapgrahI বিক্ৰিয়া। (R) সালোক-সংশ্লেষণ এটা তাপগ্ৰাহী বিক্ৰিয়া। (S) এছিডৰ লঘুকৰণ এটা তাপবৰ্জী বিক্ৰিয়া। [1]
b) P আৰু R শুদ্ধ
c) P, R আৰু S শুদ্ধ
d) Q, R আৰু S শুদ্ধ
See the Answer / উত্তৰ চাওক
56. ZnO + C → Zn + CO — এই বিক্ৰিয়াটো তলৰ কোন শ্ৰেণীৰ অন্তৰ্ভুক্ত? [1]
(b) সংযোজন আৰু ৰেডক্স বিক্ৰিয়া
(c) অপসৰণ আৰু ৰেডক্স বিক্ৰিয়া
(d) বিযোজন বিক্ৰিয়া
See the Answer / উত্তৰ চাওক
57. ছিলভাৰ ক্ল'ৰাইড সূৰ্য্যৰ পোহৰত কিছুসময়ৰ বাবে ৰাখিলে ইয়াৰ বৰণ মটীয়া/ধূসৰ হয়, কিয়নো — [1]
(b) ছিলভাৰ ক্ল'ৰাইডৰ উৰ্দ্ধপাতন হয়।
(c) ছিলভাৰ ক্ল'ৰাইড বিজাৰিত হয়।
(d) ছিলভাৰ ক্ল'ৰাইড জাৰিত হয়।
See the Answer / উত্তৰ চাওক
58. H2S + Cl2 → S + 2HCl — উপৰোক্ত ৰেডক্স বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ দুবিধ তালিকাৰ পৰা বাছি উলিওৱা: [1]
(b) জাৰিত: H2S ; বিজাৰিত: Cl2
(c) জাৰিত: H2S ; বিজাৰিত: H2S
(d) জাৰিত: Cl2 ; বিজাৰিত: Cl2
See the Answer / উত্তৰ চাওক
59. NH3(g) + 5O2(g) → 4NO(g) + 6H2O(g) — এই বিক্ৰিয়াটো তলৰ কোনবোৰ শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ?
(i) অপসৰণ বিক্ৰিয়া (ii) সংযোজন বিক্ৰিয়া (iii) ৰেডক্স বিক্ৰিয়া (iv) প্ৰশমন বিক্ৰিয়া [1]
(b) (ii) আৰু (iii)
(c) (i) আৰু (iii)
(d) (iii) আৰু (iv)
See the Answer / উত্তৰ চাওক
60. স্তম্ভ A ৰ বিক্ৰিয়কৰ সৈতে স্তম্ভ B ৰ শুদ্ধ বিক্ৰিয়াজাত পদাৰ্থ মিলোৱা:
(P) ছ'ডিয়াম + পানী → ছ'ডিয়াম হাইড্ৰ'ক্সাইড + হাইড্ৰ'জেন
(Q) আইৰণ + কপাৰ ছালফেট → আইৰণ ছালফেট + কপাৰ
(R) পটাছিয়াম আয়'ডাইড + লেড নাইট্ৰেট → পটাছিয়াম নাইট্ৰেট + লেড আয়'ডাইড
(S) কাৰ্বন + অক্সিজেন → কাৰ্বন-ডাই-অক্সাইড [1]
(B) (P)→(i), (Q)→(ii), (R)→(iii), (S)→(iv)
(C) (P)→(iii), (Q)→(ii), (R)→(i), (S)→(iv)
(D) (P)→(ii), (Q)→(iv), (R)→(iii), (S)→(i)
See the Answer / উত্তৰ চাওক
61. উক্তি I: ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে।
উক্তি II: ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কৰোঁতে আমি বিক্ৰিয়ক বা বিক্ৰিয়াজাত পদাৰ্থৰ ৰাসায়নিক সংকেত সলনি কৰিব নোৱাৰো। [1]
B. দুয়োটা উক্তি অশুদ্ধ
C. অকল উক্তি-I শুদ্ধ
D. অকল উক্তি-II শুদ্ধ
See the Answer / উত্তৰ চাওক
62. পৰীক্ষাগাৰত লেড নাইট্ৰেট Pb(NO3)2 ৰ জলীয় দ্ৰৱৰ লগত পটাছিয়াম আয়'ডাইড (KI) যোগ কৰিলে তলৰ কোনটো বৰণৰ অধঃক্ষেপ পোৱা যাব? [1]
(b) ক'লা (Black)
(c) হালধীয়া (Yellow)
(d) মুগা (Brown)