ABHOY SWARGIARY Chapter 11 Science - Class 10 প্ৰশ্নাৱলী (পৃষ্ঠা - 190) 1. চকুৰ উপযোজন ক্ষমতা কি ? উত্তৰঃ-চকুৰ লেনছৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক উপযোজন ক্ষমতা বোলে । 2. মায়পিয়াগ্ৰস্ত চকু থকা এজনে 1.2m তকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখ...
ABHOY SWARGIARY Chapter 10 Science - Class 10 প্ৰশ্নাৱলী ( পৃষ্ঠাঃ 168) 1. অৱতল দাপোনৰ মূখ্য ফ'কাছৰ সংজ্ঞা দিয়া । উত্তৰঃ অৱতল দাপোনৰ মূখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা পোহৰৰ ৰশ্মিয়ে প্ৰতিফলনৰ পিছত মূখ্য অক্ষক যিটো বিন্দুত কাটে, সেই বিন্দুকে অৱতল ...
ABHOY SWARGIARY Chapter 9 Science - Class 10 প্ৰশ্নাৱলী (পৃষ্ঠা - 143) 1. যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যা "A" চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত "B" চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হ...
ABHOY SWARGIARY Chapter 8 Science - Class 10 প্ৰশ্নাৱলী(পষ্ঠা-128) 1. প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যক কি ? উত্তৰঃ- প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যকতা হল- i) পিতৃ-মাতৃৰ পৰা সন্তান সন্ততিলৈ চাৰিত্ৰিক বৈশিষ্ট্য বহন কৰে । ii) পিতৃ-মাত...
ABHOY SWARGIARY Chapter 7 Science - Class 10 প্ৰশ্নাৱলী(পৃষ্ঠা - 119) 1. প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি ? উত্তৰঃ- প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য হল- প্ৰতীপ ক্ৰিয়া খোজ কঢ়া i) চিন্তন ক্ৰিয়া জড়িত নহয় । i) চিন্তন ক্ৰিয়া জড...
ABHOY SWARGIARY Chapter 6 Science - Class 10 প্ৰশ্নাৱলী (পৃষ্ঠা - 95) 1. মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় ? উত্তৰঃ- বহুকোষীয় জীৱৰ ক্ষেত্ৰত সকলোবিলাক কোষ প্ৰত্যক্ষভ...
ABHOY SWARGIARY Chapter 5 Science - Class 10 প্ৰশ্নাৱলী (Page- 81) 1. নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ডবাৰেইনাৰৰ ট্ৰায়ড আছিলনে ? তুলনা কৰা আৰু বিচাৰি উলিওৱা । উত্তৰ- নিউলেণ্ডছৰ অষ্টকৰ স্তম্ভবোৰত ডডাৰেইনাৰৰ ট্ৰায়াত আছিল । ট্ৰায়াডটো হল- Li, Na, K । এই...
ABHOY SWARGIARY Chapter 4 Science - Class 10 প্ৰশ্নাৱলী (Page - 61) 1. কাৰ্বন ডাই অক্সাইড (CO2) ৰ ইলেক্ট্ৰন বিন্দু গঠন কি হব ? উত্তৰঃ- কাৰ্বন ডাই অক্সাইড (CO2) ৰ ইলেক্ট্ৰন বিন্দু গঠন হ'ল- 2. আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্ৰন বি...
ABHOY SWARGIARY Chapter 3 Science- Class 10 প্রশ্নাবলী 1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু (i) সাধাৰণ উঞ্চতাত ( room temperature ) জুলীয়া । (ii) কটাৰিৰে সহজে কাটিব পাৰি । (iii) তাপৰ আটাইতকৈ সুপৰিবাহী । (iv) তাপৰ কম পৰিবাহী । উত্তৰঃ (i) পাৰা (i...
ABHOY SWARGIARY Chapter 2 Science - Class 10 1. তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে । সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে । যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা ? উত্তৰঃ নীলা লিটমাছ কাগজ তিনিওটা পৰীক্ষানলত দিয়া হল । ইয়াৰ যিটো পৰীক্ষা নলত নীলা লিটমাছখন ৰঙা হল সেই দ্ৰৱখিনি এছিড আৰু ৰঙা লিটমাছ বাকী দুটা পৰীক্ষানলত দিয়া হল । যিটো পৰীক্ষানলত লিটমাছখন পুনৰ নীলা হয় সেই দ্ৰব্যখিনি ক্ষাৰকীয় হব বাকী থকা পৰীক্ষানলত পতিত পানী থকা বুলি চিনাক্ত কৰা হব ।
ABHOY SWARGIARY Chapter 1 Science - Class 10 প্ৰশ্নাৱলী 1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি লব লাগে কিয় ? উত্তৰঃ দহনৰ আগতে মেগনেছিয়ামৰ ফিটাডালৰ পৰা অশুদ্ধিবোৰ আঁতৰ কৰি লব লাগে কৰাণ বিশুদ্ধ মেগনেছিয়ামেহে বয়ুত থকা অক্সিজেনৰ লগত দ...