Skip to Content

Revision R1 | Q7 & Q8 | ASSEB SEBA New Book 2026 | HSLC 2027 | Assamese

দশম শ্ৰেণীৰ গণিত — পুনৰালোচনা অধ্যায় R1 প্ৰশ্ন নং ৭ আৰু ৮ | সম্পূৰ্ণ সমাধান অসমীয়া মাধ্যমত ASSEB / SEBA নতুন পাঠ্যক্ৰম ২০২৬ | নতুন কিতাপ | HSLC 2027 পৰীক্ষাৰ বাবে এই ভিডিঅ'ত মই Class 10 Mathematics-ৰ Revision Chapter R1-ৰ প্ৰশ্ন নং ৭ আৰু ৮-ৰ সম্পূৰ্ণ সমাধান step-by-step পদ্ধতিত অসমীয়াত বুজাইছো। ✅ ASSEB / SEBA নতুন পাঠ্যক্ৰম ২০২৬ অনুসৰি ✅ নতুন কিতাপৰ পুনৰালোচনা অধ্যায়ৰ সম্পূৰ্ণ সমাধান ✅ সহজ ভাষাত step-by-step ব্যাখ্যা ✅ HSLC 2027 পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ 📌 GanitByAbhay-ৰ সকলো ভিডিঅ' চাবলৈ Channel টো Subscribe কৰক আৰু Bell Icon ক্লিক কৰক। 🌐 Website: https://ganitbyabhay.com 📺 YouTube: GanitByAbhay #GanitByAbhay #Class10Maths #SEBA #ASSEB #HSLC2027
Rating
0 0

There are no comments for now.

to be the first to leave a comment.